जनसंख्या असंतुलन, संस्कारो के क्षरण व नशा खोरी पर अंकुश हेतु विहिप ने किया युवाओं को आगे आने का आह्वान
जनसंख्या असंतुलन, संस्कारो के क्षरण व नशा खोरी पर अंकुश हेतु विहिप ने किया युवाओं को आगे आने का आह्वान
प्रयागराज। फरवरी 7, 2025। विहिप के केंद्रीय प्रन्यासी मंडल बैठक के द्वितीय सत्र में पारित एक प्रस्ताव में कहा गया है कि हिंदुओं की घटती जनसंख्या दर, हिंदू परिवारों के विखंडन, लिव इन संबंध, युवाओं में बढ़ती नशे की प्रवृत्ति चिंतनीय है। इसमें देश की युवा पीढ़ी से कहा गया है कि ये समस्याएं हिंदू समाज के लिए चुनौती बन गई है जिनका जवाब उन्हें देना होगा। विहिप के संयुक्त महामंत्री डॉ सुरेंद्र जैन ने आज प्रयागराज में पत्रकारों को संबोधित करते हुए कहा कि देश के सामने आने वाली हर चुनौती का हिंदू युवा शक्ति ने हमेशा जवाब दिया है। जनसंख्या असंतुलन हिंदू समाज के अस्तित्व के लिए घातक सिद्ध हो रहा है। हिंदुओं की घटती हुई जनसंख्या बहुआयामी प्रभाव निर्माण करती है। हिंदू इस देश की पहचान है। अगर हिंदू घटा तो देश की पहचान और अस्तित्व के लिए भी संकट के बादल छा जाएंगे। इस स्थिति को रोकने के लिए हिंदू युवाओं को आगे बढ़ना होगा।
उन्होंने कहा कि देरी से विवाह और उज्जवल भविष्य की भ्रामक अवधारणाओं के मकड़ जाल के कारण भी हिंदू दंपतियों के बच्चे कम हो रहे हैं। विहिप ने आह्वान किया कि 25 वर्ष की उम्र में विवाह करना आज की आवश्यकता है।
डॉक्टर जैन ने बताया कि कई वैज्ञानिक अध्ययनो ने यह सिद्ध किया है कि यदि बच्चों का संपूर्ण विकास करना है तो प्रत्येक परिवार में दो या तीन बच्चे आवश्यक होने चाहिए।
प्रस्ताव में कहा गया है कि आज हिंदू संस्कारों के अभाव में परिवार संस्था पर भी संकट के बादल मंडरा रहे हैं पश्चिमी भौतिकवाद का बढ़ता प्रभाव, अर्बन नक्सल षड्यंत्र व ग्लोबल कॉरपोरेट समूह मनोरंजन माध्यम व विज्ञापनों के द्वारा युवाओं को भ्रमित व संस्कार विहीन बना रहा है। इसी कारण विवाहेत्तर संबंध और लिव इन संबंध भी बढ़ रहे हैं।
विहिप ने युवाओं को अपनी जड़ों की ओर लौटने का आह्वान किया जिससे सुखी पारिवारिक जीवन सुनिश्चित किया जा सके और बच्चों तथा बुजुर्गों को सामाजिक व भावनात्मक सुरक्षा भी दी जा सके।
देश में बढ़ती हुई नशे की प्रवृत्ति पर भी विहिप ने चिंता व्यक्त की। 16 करोड़ से अधिक लोगों का नशे का आदी होना इस समस्या की भीषणता को प्रकट करता है। विहिप ने युवाओं का आह्वान किया कि वे स्वयं भी नशे की आत्मघाती प्रवृत्ति से दूर रहें तथा अपने शिक्षण संस्थान नगर व प्रांत को भी नशे से मुक्त बनाने के लिए वह बजरंग दल दुर्गा वाहिनी व अन्य संगठनों का सहयोग करें। साथ ही विहिप ने विभिन्न सरकारों से भी मांग की कि वे नशे के व्यापार में लिप्त माफियाओं और आतंकियों के गठजोड़ पर अंकुश लगे व कठोर कानून बनाकर इस पर पूर्ण रोक लगाने का प्रयास करें। विहिप
ने संकल्प लिया है कि वह अपनी लाखों इकाइयों, सत्संग व संस्कार शालाओं और सत्संग केंद्रों के माध्यम से इन सब विषयों पर जन जागरण करेगी और युवा शक्ति को इन प्रवृत्तियों पर अंकुश लगाने का आह्वान करेगी।
जारी कर्ता:
विजय शंकर तिवारी
अखिल भारतीय प्रचार-प्रसार प्रमुख
विश्व हिंदू परिषद
विहिप महाकुंभ शिविर,
सेक्टर-18 झूसी, प्रयागराज
Assamese:
প্রেছ বিজ্ঞপ্তি:
জনসংখ্যা অসাম্য, নৈতিক অবক্ষয় আৰু নেশা প্ৰবণতা নিয়ন্ত্ৰণৰ বাবে বিহিপে যুৱসমাজক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে
প্ৰয়াগৰাজ। ফেব্ৰুৱাৰী ৭, ২০২৫। বিহিপৰ কেন্দ্ৰীয় প্ৰন্য়াসী মণ্ডলৰ বৈঠকৰ দ্বিতীয় অধিৱেশনত গৃহীত এটা প্ৰস্তাৱত কোৱা হৈছে যে হিন্দুৰ জনসংখ্যা হ্ৰাস, হিন্দু পৰিয়ালবোৰৰ বিভাজন, লিভ-ইন সম্পৰ্ক আৰু যুৱসমাজৰ মাজত নেশাৰ প্ৰৱণতা বৃদ্ধিয়ে উদ্বেগজনক অৱস্থা সৃষ্টি কৰিছে। এই প্ৰস্তাৱত দেশৰ যুৱসমাজক উদ্দেশ্যি কোৱা হৈছে যে এই সমস্যাবোৰ হিন্দু সমাজৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে, যাৰ সমাধান তেওঁলোকে বিচাৰিব লাগিব। বিহিপৰ সংযুক্ত মহামন্ত্ৰী ড° সুৰেন্দ্ৰ জৈনে আজি প্ৰয়াগৰাজত সাংবাদিকক সম্বোধন কৰি কয় যে দেশৰ সন্মুখত অহা প্ৰত্যাহ্বান সমূহৰ সদায় হিন্দু যুৱ শক্তিয়ে প্ৰতিউত্তৰ দিছে।
জনসংখ্যাগত অসাম্য হিন্দু সমাজৰ অস্তিত্বৰ বাবে এক ডাঙৰ বিপদ হ’ব পাৰিব। হিন্দু জনসংখ্যাৰ হ্ৰাস বহুমুখী প্ৰভাৱ সৃষ্টি কৰিছে। হিন্দু সমাজে এই দেশৰ পৰিচয় বহন কৰে। যদি হিন্দুসমাজ হ্ৰাস পাই যায়, তেন্তে দেশৰ পৰিচয় আৰু অস্তিত্বো সংকটত পৰিব। এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ হিন্দু যুৱসমাজে আগবাঢ়ি আহিব লাগিব।
তেওঁলোকে কৈছে যে, বিয়া পলম হোৱাটো আৰু উজ্জ্বল ভৱিষ্যতৰ ভ্ৰমাত্মক ধাৰণাৰ মাজত পৰি হিন্দু দম্পতি সকলৰ সন্তানৰ সংখ্যা কমি আহিছে। বিশ্ব হিন্দু পৰিষদে আহ্বান জনাইছে যে, ২৫ বছৰ বয়সত বিয়া কৰাটো আজিৰ প্ৰয়োজন।
ড° জৈনে কৈছিল যে, বহুতো বৈজ্ঞানিক অধ্যয়নে প্ৰমাণ কৰিছে যে যদি সন্তানৰ সম্পূৰ্ণ বিকাশ নিশ্চিত কৰিব লাগে, তেন্তে প্ৰতিটো পৰিয়ালত কমেও দুটা বা তিনি সন্তান থাকা উচিত।
এই প্ৰস্তাৱত কোৱা হৈছে যে আজিৰ সময়ত হিন্দু সংস্কাৰৰ অভাৱৰ ফলত পৰিয়াল প্ৰথাৰ ওপৰত সংকট দেখা দিছে। পশ্চিমীয়া ভৌতিকতাবাদৰ বাঢ়ি অহা প্ৰভাৱ, অৰ্বান নক্সল ষড়যন্ত্ৰ আৰু গ্ল'বেল কৰ্পোৰেট গোটে মনোৰঞ্জন মাধ্যম আৰু বিজ্ঞাপনৰ জৰিয়তে যুৱসমাজক বিভ্ৰান্ত কৰি সংস্কাৰহীন কৰি তুলিছে। ইয়াৰ ফলতেই বিবাহবহিৰ্ভূত সম্পৰ্ক আৰু 'লিভ-ইন' সম্পৰ্ক বৃদ্ধি পাইছে।
বিশ্ব হিন্দু পৰিষদে যুৱসমাজক নিজৰ মূলৰ ফালে উভতি যাবলৈ আহ্বান জনাইছে, যাতে সুখী পৰিয়াল জীৱন নিশ্চিত কৰা যায় আৰু শিশুসকলৰ লগতে বয়োজ্যেষ্ঠসকলকো সামাজিক আৰু অনুভূতিক সুৰক্ষা প্ৰদান কৰিব পাৰি।
দেশত বাঢ়ি থকা নেশাৰ প্ৰৱণতাক লৈও বিশ্ব হিন্দু পৰিষদে গভীৰ চিন্তা প্ৰকাশ কৰিছে। ১৬ কোটিৰো অধিক লোক নেশাত আসক্ত হোৱাৰ তথ্যই এই সমস্যাটোৰ ভয়ংকৰ ৰূপ প্ৰকাশ কৰিছে। সংগঠনটোৱে যুৱসমাজক আহ্বান জনাইছে যাতে তেওঁলোকে নিজে এই আত্মঘাতী প্ৰৱণতা পৰা দূৰ থাকিব আৰু নিজৰ শিক্ষানুষ্ঠান, নগৰ তথা ৰাজ্যকো নেশামুক্ত কৰিবলৈ বজৰং দল, দূৰ্গা বাহিনী আৰু অন্যান্য সংগঠনৰ সহায় গ্ৰহণ কৰে।
সেইসঙ্গে, বিশ্ব হিন্দু পৰিষদে বিভিন্ন চৰকাৰৰ ওচৰতো দাবী জনাইছে যে , নেশাৰ ব্যৱসায়ত জড়িত মাফিয়া আৰু সন্ত্রাসবাদীৰ মেলবন্ধন বন্ধ কৰিব লাগে আৰু কঠোৰ আইন গঢ়ি তুলি এই সমস্যাটো সম্পূৰ্ণৰূপে ৰোধ কৰাৰ চেষ্টা কৰিব লাগে।
বিশ্ব হিন্দু পৰিষদে সংকল্প গ্ৰহণ কৰিছে যে, তেওঁলোকে লাখ লাখ ইউনিট, সত্সঙ্গ আৰু সংস্কাৰ শালা আৰু সত্সঙ্গ কেন্দ্ৰসমূহৰ জৰিয়তে এই সকলো বিষয়ৰ ওপৰত জনজাগৰণ চলাব আৰু যুৱ শক্তিক এই প্রবৃত্তিসমূহ নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনাব।
ভবদীয়:
বিজয় শংকর তিওয়ারী
সৰ্বভাৰতীয় প্ৰচাৰ-প্ৰসাৰ প্ৰমুখ
বিশ্ব হিন্দু পৰিষদ
ভিএইচপি মহাকুম্ভ শিবিৰ, চেক্টৰ-১৮, ঝুঁছি, প্ৰয়াগৰাজ
Bangali:

પ્રેસ નિવેદન:
જનસંખ્યા અસંતુલન, સંસ્કારોના ક્ષય અને નશાખોરી પર નિયંત્રણ માટે વિહિપે યુવાનોને આગળ આવવા આમંત્રણ આપ્યું
પ્રયાગરાજ, ફેબ્રુઆરી ૭, ૨૦૨૫ – વિશ્વ હિંદુ પરિષદ (વિહિપ) ના કેન્દ્રીય પ્રણ્યાસી મંડળની બેઠકના દ્વિતીય સત્રમાં પસાર કરવામાં આવેલા એક પ્રસ્તાવમાં કહેવામાં આવ્યું છે કે હિંદૂઓની ઘટતી જનસંખ્યા દર, હિંદૂ કુટુંબોના વિખંડન, લિવ-ઇન સંબંધો અને યુવાનોમાં વધતી નશાની પ્રવૃત્તિ ચિંતાજનક છે. તેમાં દેશની યુવા પેઢીને સંબોધીને કહેવામાં આવ્યું છે કે આ સમસ્યાઓ હિંદૂ સમાજ માટે એક પડકાર બની ગઈ છે અને તેનો જવાબ યુવાનોને આપવો જ પડશે.
વિહિપના સંયુક્ત મહામંત્રી ડૉ. સુરેન્દ્ર જૈને આજે પ્રયાગરાજમાં પત્રકારોને સંબોધન કરતાં કહ્યું કે દેશ સમક્ષ આવનારી દરેક પડકારનો હંમેશા હિંદૂ યુવા શક્તિએ જ જવાબ આપ્યો છે. જનસંખ્યા અસંતુલન હિંદૂ સમાજના અસ્તિત્વ માટે હાનિકારક સાબિત થઈ રહ્યું છે. હિંદૂઓની ઘટતી જનસંખ્યા બહુઆયામી પ્રભાવ સર્જે છે. હિંદૂઓ આ દેશની ઓળખ છે. જો હિંદૂઓ ઘટશે તો દેશની ઓળખ અને અસ્તિત્વ માટે પણ સંકટ ઊભું થશે. આ સ્થિતિને રોકવા માટે હિંદૂ યુવાનોને આગળ આવવું પડશે.
તેમણે વધુમાં જણાવ્યું કે મોડું લગ્ન અને ઉજ્જવળ ભવિષ્યની ભ્રામક કલ્પનાઓના કારણે પણ હિંદૂ દંપતીઓમાં બાળકોની સંખ્યા ઓછી થઈ રહી છે. વિહિપે યુવાનોને 25 વર્ષની ઉંમરે લગ્ન કરવાની અપીલ કરી છે. ડૉ. જૈન જણાવે છે કે અનેક વૈજ્ઞાનિક અધ્યયનોએ સાબિત કર્યું છે કે જો બાળકોનો સંપૂર્ણ વિકાસ કરવો હોય તો દરેક પરિવારમાં ઓછામાં ઓછા બે કે ત્રણ બાળકો હોવા જરૂરી છે.
પ્રસ્તાવમાં આગળ ઉલ્લેખ કરવામાં આવ્યો કે આજના યુગમાં હિંદૂ સંસ્કારોના અભાવને કારણે કુટુંબ સંસ્થા પર પણ સંકટ ઊભું થયું છે. પશ્ચિમી ભૌતિકવાદનો વધતો પ્રભાવ, અર્બન નક્સલ ષડયંત્ર અને વૈશ્વિક કોર્પોરેટ જૂથ મનોરંજન માધ્યમો અને જાહેરાતો દ્વારા યુવાનોને ગેરમાર્ગે દોરી રહેલા છે અને તેમને સંસ્કારહીન બનાવી રહ્યા છે. આ જ કારણ છે કે લગ્નેતર સંબંધો અને લિવ-ઇન સંબંધો વધતાં જઈ રહ્યા છે.
વિહિપે યુવાનોને પોતાનાં મૂળ સંસ્કારો તરફ પાછા ફરવા માટે આમંત્રણ આપ્યું છે જેથી સુખી પારિવારિક જીવન સુનિશ્ચિત કરી શકાય અને બાળકો તેમજ વડીલોને સામાજિક અને ભાવનાત્મક સુરક્ષા પૂરી પાડી શકાય.
દેશમાં વધી રહેલી નશાની પ્રવૃત્તિ અંગે પણ વિહિપે ચિંતા વ્યક્ત કરી. 16 કરોડથી વધુ લોકો નશાના આદી બન્યા છે, જે આ સમસ્યાની ગંભીરતા દર્શાવે છે. વિહિપે યુવાનોને અપીલ કરી છે કે તેઓ સ્વયં પણ નશાની આઘાતકારક પ્રવૃત્તિથી દૂર રહે અને પોતાના શિક્ષણ સંસ્થાન, શહેર અને પ્રાંતને નશામુક્ત બનાવવા માટે બજરંગ દળ, દુર્ગા વાહિની અને અન્ય સંસ્થાઓનું સહયોગ લે.
સાથે જ વિહિપે વિવિધ સરકારોને પણ અપીલ કરી છે કે તેઓ નશાના વેપારમાં સંકળાયેલ માફિયા અને આતંકવાદી ગઠબંધનો પર નિયંત્રણ લાવે અને કડક કાયદા બનાવીને આ પર સંપૂર્ણ રોક લાવે.
વિહિપે સંકલ્પ લીધો છે કે તે પોતાની લાખો એકમો, સત્સંગ અને સંસ્કાર શાળાઓ તેમજ સત્સંગ કેન્દ્રો દ્વારા જનજાગૃતિ કરશે અને યુવા શક્તિને આ પ્રવૃત્તિઓ પર નિયંત્રણ લાવવા માટે પ્રેરિત કરશે.
જારી કરનાર:
વિજય શંકર તિવારી
અખિલ ભારતીય પ્રચાર-પ્રસાર પ્રભારી
વિશ્વ હિંદુ પરિષદ
વિહિપ મહાકુંભ શિબિર,
સેક્ટર-૧૮ ઝૂસી, પ્રયાગરાજ